Header Ads

চলচিত্ৰ জগত-চেপ্তেম্বৰ সংখ্যা

জয়মতী(১৯৩৫)

 

 ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পৰিচালিত প্ৰথমখন অসমীয়া চলচ্চিত্ৰ হল জয়মতী। ১৭শ শতিকাৰ আহোম কালৰ জীয়ৰী সতী জয়মতীৰ নিজ স্বামীৰ প্ৰতি তথা দেশভূমিৰ প্ৰতি থকা চৰম ত্যাগৰ এক উৎকৃষ্ট নিদৰ্শন।

এৰা বাটৰ সুৰ (১৯৫৬)

 

ড* ভূপেন হাজৰিকা দেৱৰ দ্বাৰা সংগঠিত প্ৰথম অসমীয়া চলচ্চিত্ৰ। সংলংগিত সময়ৰ আৰোহণ ছবিখনৰ মূলকথা। ফণী শৰ্মা, বিষ্ণু প্ৰসাদ ৰাভা অভিনীত "এৰা বাটৰ সুৰ" অসমীয়া জাতিৰ এক অমূল্য চিন্তা - কথা ।

 

ৰঙা পুলিচ (১৯৫৮)

 

নিপ বৰুৱা পৰিচালিত "ৰঙা পুলিচ" হল প্ৰথম ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক প্ৰাপ্ত অসমীয়া চলচ্চিত্ৰ। এজন দুখীয়া, সৎ আৰু একাগ্ৰ পুলিচৰ জীৱনধাৰা ওপৰত ৰচিত "ৰঙা পুলিচ" নিপ বৰুৱাৰ এক সুকীয়া চানেকি।

মন যায় (২০০৮)



"মন যায়" হল মইৰান্থেম মণিৰামৰ এক সুন্দৰ কথাৰ বিৱৰণ। জুবিন গাৰ্গ অভিনীত "মন যায়" হৈছে এজন শিক্ষিত নিবনুৱা যুৱকৰ জীৱনধাৰা যিয়ে সমাজৰ গ্ৰাসত নিজকে হেৰাই মেলানি মাগে এক অচিন ঠাইলৈ। ইণ্ডিয়ান পেনৰমাৰ শ্ৰেষ্ঠ ২০ ছবিৰ শিতানত "মন যায়" হল এক জাকত- জিলিকা সম্ভাৰ।

 

 

No comments

Powered by Blogger.