Header Ads

কুইজ-চেপ্তেম্বৰ সংখ্যা


কুইজ শিতানৰ শুদ্ধ উত্তৰ দিউতা ভাগ্য সালী ৩ জন ব্যক্তি ক কুঁহিপাঠ পৰিয়ালৰ তৰফৰ পৰা পুৰস্কৃত কৰা হব।
উত্তৰ সমূহ আমালৈ প্ৰেৰণ কৰক।(info.kuhipath@gmail.com)

১) ভাৰতবৰ্ষৰ এপ্ৰিল- জুন মাহত অন্তৰ্ভুক্ত উন্নতি- হাৰৰ মাত্ৰা কিমান শতাংশ?

       ১) ৭.৯      ২) ৭.৬         ৩) ৮.২          ৪) ৮.৪

২) প্ৰতিবেদন অনুযায়ী ভাৰতত সংঘটিত ৩৫% চাইবাৰ- অপৰাধ ঘটোৱা দেশ কোন খন?

       ১) চীন      ২) আমেৰিকা যুক্তৰাষ্ট্ৰ      ৩) বাংলাদেশ     ৪) জাপান

৩) শেহতী়াভাৱে RIL (Reliance Industries Limited) প্ৰতিষ্ঠান টোৱে অতিক্ৰম কৰা মূল্য হিচাপ কিমান?

       ১) ৪ ত্ৰিলিঅন        ২) ৪.৮ ত্ৰিলিঅন     ৩) ৫ ত্ৰিলিঅন     ৪) ৫.২ ত্ৰিলিঅন

৪) শেহতীয়া প্ৰতিবেদন মতে কোন খন দেশ পৃথিৱীৰ ভিতৰত আটাইতকৈ সুখী দেশ ?

       ১) নৰৱে        ২) ৰাছিয়া        ৩) শ্ৰীলংকা       ৪) ফিনলেণ্ড

৫) ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দিয়া প্ৰথম জন অসমীয়া কোন?

       ১) পিয়লি ফুকন      ২) গোমধৰ কোঁৱৰ       ৩) মণিৰাম দেৱান     ৪) কনকলতা বৰুৱা

৬) কোন খন দেশৰ সাঁতোৰ বিদে শেহতীয়া ২০১৮ এছিয়ান গেমছত ৬ টা সোণৰ পদক আৰু ২ টাকৈ ৰূপৰ পদক অৰ্জন কৰিবলৈ সক্ষম হৈছে?

      ১) জাপান       ২) উত্তৰ কোৰিয়া       ৩) চীন      ৪) ভাৰত

৭) দ্ৰুততম ৪০০০ ৰানৰ সীমা অতিক্ৰম কৰা অধিনায়ক কোন?

      ১) এম. এছ ধনী   ২) মাৰ্টিন হেদেন     ৩) আলেষ্টৰ কুক    ৪) বিৰাট কোহলী

৮) প্ৰথম আহোম ৰজা জন কোন?

      ১) চুকাংফা      ২) চুকাফা      ৩) ৰুদ্ৰ সিংহ      ৪) নৰনাৰায়ণ

৯) ৰাষ্ট্ৰীয় চলচ্চিত্ৰ পুৰস্কাৰ প্ৰাপ্ত ৰীমা দাস পৰিচালিত কোন খন ছবিয়ে শেহতীয়াকৈ শ্ৰেষ্ঠ চলচ্চিত্ৰৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হৈছে?

      ১) কথানদী      ২) ভিলেজ ৰকষ্টাৰ    ৩) নাগালিম     ৪) জীৱন

১০) "অৰণ্য মানৱ" খ্যাত অসমীয়া কোন?

      ১) ভূমিধৰ কলিতা      ২) প্ৰভাত শৰ্মা      ৩) যাদৱ পায়েঙ     ৪) অনিৰ্বাণ বসুমতাৰী

Powered by Blogger.