কুইজ বিষয় বস্তু : ভ্ৰাম্যমাণ থিয়েটাৰ ; মাৰ্চ ২০১৯ সংখ্যা
[১] প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰ ?
[২] ভ্ৰাম্যমাণৰ প্ৰথম নাট্যকাৰ ?
[৩] প্ৰথম নৃত্য পৰিচালিকা ?
[৪] ভ্ৰাম্যমাণত প্ৰথম চলচ্চিত্ৰ শিল্পী ?
[৫] অসমীয়া উপন্যাসৰ প্ৰথম মঞ্চৰূপ ?
[৬] অসম চৰকাৰৰ বঁটা লাভ কৰা নাটক ?
[৭] প্ৰথম সংগীত পৰিচালক ?
[৮] ভ্ৰাম্যমাণৰ সর্বাধিক প্ৰদর্শিত নাটক?
[৯] প্ৰথমগৰাকী প্ৰযোজিকা ?
[১০] ভ্ৰাম্যমাণত প্ৰথম বিদেশী নাটক ?
যোৱা ফেব্ৰুৱাৰী সংখ্যাৰ উত্তৰাবলী: বিষয়বস্তু: শংকৰদেৱ
১ উ: শংকৰদেৱৰ নাতি অৰ্থাৎ শংকৰদেৱৰ পুত্ৰ ৰামানন্দৰ সন্তান ।
২ উ: "দেৱ" উপাধি ।
৩ উ: দুৰ্গাবৰ কায়স্থ ।
৪ উ: শংকৰদেৱৰ গুৰু মহেন্দ্ৰ কন্দলিয়ে ।
৫ উ: প্ৰায় ৮ মাইল দূৰত অৱস্থিত ।
৬ উ: প্ৰাকশংকৰী যুগৰ ।
৭ উ: হৰিশ্চন্দ্ৰ উপাখ্যান ।
৮ উ: মনু ।
৯ উ: শংকৰদেৱক ।
১০ উ: ৰামদাসে ।
১১ উ: ব্ৰজাৱলী ভাষা ।
১২ উ: ৰাম বিজয় ।
১৩ উ: গঙ্গাধৰ ।
যোৱা ফেব্ৰুৱাৰী সংখ্যাৰ ভাগ্যসালি ৩ ব্যক্তি হল ক্ৰমে -
১) উৎপল দাস - ককিলামুখ ।
২) তপন চহৰিয়া - বৰভাগ ।
৩) ৰানা চামুৱা - গুৱাহাটী ।
কুঁহিপাঠৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক পুৰস্কৃত কৰা হব। সংগ্ৰহ কৰিবলৈ আমাৰ যোগাযোগ বিভাগত জৰিত হওক। ধন্যবাদ ।
মন্তব্য কৰক