কুঁহিপাঠ- এটি টোকা
সময় বোৰ চকুৰ পলকত কেনেদৰে পাৰ হৈছে ভাবিবলৈ যেন আহৰি নোহোৱা হল। ব্যস্ততা পূৰ্ণ এই সময়চোৱাত ভিন্ন মৌলৰ মাজত সাঙোৰ খাই এই সংখ্যা প্ৰক...সম্পূৰ্ণকৈ পঢ়ক
একবিংশ শতিকাৰ যান্ত্ৰিকতাপূৰ্ণ সমাজ তথা চেমিষ্টাৰৰ কেঁকোৰা চেপাৰ মাজতে কেৱল আৱদ্ধ নাথাকি তৰুণ-তৰুণী সকল আৰু অভিজ্ঞতাৰে সমৃদ্ধ প্ৰবীন সকলৰ আশিস শিৰত লৈ সপোন তথা জ্ঞানৰ এই অন্বেষণক বাস্তৱত ৰূপ দিয়়া মানসেৰে আমাৰ প্ৰথম প্ৰয়াস কুঁহিপাঠ-এক অসমীয়া ইউনিকোড আধাৰিত অনলাইন আলোচনী |