Header Ads

কুঁহিপাঠ- এটি টোকা

 

চাওঁতে চাওঁতে ৫ টি মাহ চকুৰ পলকত পাৰ হৈ গল। বছৰটি শেষ হোৱা পৰত। ভিন্ন মৌলৰ মাজত সাঙোৰ খাই এই সংখ্যা প্ৰকাশ কৰোঁতে কিছু পলম হল। পাঠক সকলে দায় দোষ নধৰিলে সকাহ পাম।
আপোনালকক জনাব বিচাৰিছোঁ যে অহা বৰ্ষৰ জানুৱাৰী সংখ্যক প্ৰকাশ পাওঁতে কিছু পলম হবহি। ব্যস্ততা পূৰ্ণ এই সময় চোৱাত আপোনাসৱৰ এনে সহায় সহযোগিতাৰে বহু খিনি আগুৱাই আহিলো। আগন্তুক সংখ্যাত ভিন্ন মনোমোহা শিতান সন্নিৱিষ্ট কৰিবলৈ যা যোগাৰ লগাইছোঁহক। আকৌ এবাৰ এই প্ৰচেষ্টাক আঁকোৱালি লোৱা বাবে সমূহ পাঠক, কৰ্মকৰ্তা তথা শুভাকাংখী সকলক অশেষ ধন্যবাদ জনালোঁ।

লগতে যদি পাঠক সকলে অংকন/ স্থিৰচিত্ৰ নাইবা অন্য দৃষ্টি মূলক লেখা শিতানলৈ নিজৰ কোনো ধাৰণা প্ৰকাশ কৰিব বিচাৰে তেন্তে তলত দিয়া ঠিকনালৈ মেইল কৰে যেন।

আপোনাৰ লেখা: https://www.kuhipath.org/p/blog-page.html

তদুপৰি যদি পাঠক সকলৰ কিবা প্ৰশ্ন থাকে তেনেহলেও আমালৈ মেইল কৰিব পাৰে।

ই- মেইল: info.kuhipath@gmail.com
দুৰভাষ:  9706186853
              9706394775

Powered by Blogger.