Header Ads

কুইজ-অক্টোবৰ সংখ্যা



১) অসমৰ প্ৰথমজন মূখ্য ন্যায়াধীশ জন কোন?
২) মহিলা ৪০০ মিটাৰ ব্যক্তিগত শাখাত ৰূপৰ পদক বিজয়ী হিমা দাসে কিমান সময়ত দৌৰ সম্পূৰ্ণ কৰিছিল ?
৩)কথাকলি কোনখন ৰাজ্যৰ নৃত্য হয়?
৪) অসমৰ বৰ্তমানৰ জিলাৰ সংখ্যা কিমান?
৫) অসমৰ জাতীয় গছ কি?
৬)এচিয়া প্ৰথমটো তেল শোধনাগাৰ কিমান চনত স্থাপন হৈছিল?
৭) আহোমৰ বিবাহ প্ৰথাক কি নামেৰে জনা যায়?
৮) আহোম ৰজা সকলৰ সমাধিক্ষেত্ৰক কি বুলি জনা যায়?
৯)আহোমৰ ৰাজধানী যোৰহাটলৈ কিমান চনত সসনি কৰা হৈছিল?
১০) শেহতীয়াকৈ হৈ যোৱা এচিয়ান গেমচত ভাৰতৰ সৰ্বমুঠ পদকৰ সংখ্যা কিমান আছিল ?


যোৱা চেপ্তেম্বৰ সংখ্যাৰ ভাগ্যসালি ৩ জন ব্যক্তি হল ক্ৰমে  - 

১) ৰংবং নাৰ্জাৰী- শিৱসাগৰ
২) মধুস্মিতা শইকীয়া- গোলাঘাট
৩) মানস জ্যোতি পাটগীৰি- ডিব্ৰুগড়

কুঁহিপাঠৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক পুৰস্কৃত কৰা হব।  সংগ্ৰহ কৰিবলৈ আমাৰ যোগাযোগ বিভাগত জৰিত হওক। ধন্যবাদ
Powered by Blogger.