Header Ads

মই শ্বহীদে কৈছো ⦿ কুঁহিপাঠ; ফাগুন বিশেষ সংখ্যা; মাৰ্চ ২০১৯ ⦿ স্ৰষ্টা ☞ দেৱজিৎ ব্ৰহ্ম

front-cover-betupaat-kuhipath-emagazine-assam-march-2019-holi-special


"সন্ত্ৰাসবাদীয়ে ফাকু খেলিলে মাৰ  তেজেৰে
দুখ নাই,খেদ নাই মৃত্যুৰ বাবে,মাথো ৰৈ গল আধৰুৱা আশা এবাৰ পোনাকনক চোৱাৰ।। 
পোনাকনক চোৱাৰ দুৰ্বাৰ হেপাহে মোক আকৌ পৃথিৱীলে টানিছে মা। 
উফ!!মা মোৰ অসম্পূৰ্ণ শ টো লৈ যা অ , তোৰ বুকুত শান্তিৰে শুৱ দে অ মোক।।
    হে মোৰ ভাৰতীয় দেশবাসী!!হে মোৰ মাতৃ
আজিলৈ মোক যাব দে,আকৌ আহিম তোৰ উমাল কোলাত মূৰ থৈ শুবলৈ...। 
তেতিয়ালৈ..."


বেটুপাত স্ৰষ্টা  ☞  দেৱজিৎ ব্ৰহ্ম 
ব্যৱস্থাপনা  ☞  সুৰজিৎ বৰ্মন

No comments

Powered by Blogger.