শোষিত কৃষক আৰু অন্ধ ৰক্ষক ⦿ কুঁহিপাঠ ডিচেম্বৰ সংখ্যা ; ২০১৮ ⦿ বেটুপাত ☞ দেৱজিৎ ব্ৰহ্ম
"মই দুৰ্ভগীয়া, উপাইহীন। মই ঋণগ্ৰস্ত। পৰিয়ালক এমুঠি ভাত দিবলৈ অপাৰগ। কৃষি খণ্ডৰ উন্নতিৰ জয়গানক লৈ বজোৱা সেই বৰকাঁহ, ঢাক- ঢোলত যেন আজি মোৰ কাণ ফালিছে। পেট প্ৰৱৰ্ত্তোৱা এই বৃত্তিটো লৈ যেন মই চলিব নোৱাৰা হৈছোঁ। নেতা - বুদ্ধিজীৱী সকলৰ অভিনৱ প্ৰতিবাদ বহু দেখিলোঁ, শুনিলোঁ , ভুল গলোঁ। কিন্তু মই কাপুৰুষ নহয়। নহয় কোনো ভোট বিচাৰিবলৈ অহা বিয়াগোম নেতা পন্থী। মই এইখন দেশৰেই এজন সামান্য দুৰ্ভগীয়া কৃষক আৰু আজি মই তৰাৰ দেশৰ আলহী"।
বেটুপাত স্ৰষ্টা ☞ দেৱজিৎ ব্ৰহ্ম
ব্যৱস্থাপনা ☞ সুৰজিৎ বৰ্মন
মন্তব্য কৰক