Header Ads

শোষিত কৃষক আৰু অন্ধ ৰক্ষক ⦿ কুঁহিপাঠ ডিচেম্বৰ সংখ্যা ; ২০১৮ ⦿ বেটুপাত ☞ দেৱজিৎ ব্ৰহ্ম





"মই দুৰ্ভগীয়া, উপাইহীন। মই ঋণগ্ৰস্ত। পৰিয়ালক এমুঠি ভাত দিবলৈ অপাৰগ। কৃষি খণ্ডৰ উন্নতিৰ জয়গানক লৈ বজোৱা সেই বৰকাঁহ, ঢাক- ঢোলত যেন আজি মোৰ কাণ ফালিছে। পেট প্ৰৱৰ্ত্তোৱা এই বৃত্তিটো লৈ যেন মই চলিব নোৱাৰা হৈছোঁ। নেতা - বুদ্ধিজীৱী সকলৰ অভিনৱ প্ৰতিবাদ বহু দেখিলোঁ, শুনিলোঁ , ভুল গলোঁ। কিন্তু মই কাপুৰুষ নহয়। নহয় কোনো ভোট বিচাৰিবলৈ অহা বিয়াগোম নেতা পন্থী। মই এইখন দেশৰেই এজন সামান্য দুৰ্ভগীয়া কৃষক আৰু আজি মই তৰাৰ দেশৰ আলহী"।





বেটুপাত স্ৰষ্টা  দেৱজিৎ ব্ৰহ্ম
ব্যৱস্থাপনা  সুৰজিৎ বৰ্মন
Powered by Blogger.