কুঁহিপাঠ- এটি টোকা
এই সংখ্যাত আমি আখলঘৰ আৰু অংকন নামৰ দুটি শিতান সন্নিৱিষ্ট কৰিছোঁ। আশা কৰোঁ আপোনালোকে সহাঁৰি জনাব। যদি পাঠক সকলে অংকন/ স্থিৰচিত্ৰ শিতানলৈ ...সম্পূৰ্ণকৈ পঢ়ক
একবিংশ শতিকাৰ যান্ত্ৰিকতাপূৰ্ণ সমাজ তথা চেমিষ্টাৰৰ কেঁকোৰা চেপাৰ মাজতে কেৱল আৱদ্ধ নাথাকি তৰুণ-তৰুণী সকল আৰু অভিজ্ঞতাৰে সমৃদ্ধ প্ৰবীন সকলৰ আশিস শিৰত লৈ সপোন তথা জ্ঞানৰ এই অন্বেষণক বাস্তৱত ৰূপ দিয়়া মানসেৰে আমাৰ প্ৰথম প্ৰয়াস কুঁহিপাঠ-এক অসমীয়া ইউনিকোড আধাৰিত অনলাইন আলোচনী |