Header Ads

পাহাৰী ✍ দিপাংকৰ ডেকা

Assamese poem dipankar deka


Moridhal কলেজৰ মৰম লগা ছোৱালী জনী 
তোমাৰ মিছিকিয়া হাঁহি টোৱে 
আজিও কৰে মোক আমনি 
দুচকুত মাথো তোমাৰেই ছবি ।।

ফেচবুকৰ প্ৰথম চিনাকীতে 
তোমাৰ প্ৰেমত পৰিছিলো 
তোমাৰ fb  ৰ dp য়ে মোক 
প্ৰেমত পৰিবলৈ বাধ্য কৰিলে 
নাযানো তুমি মোৰ প্ৰেমৰ প্ৰস্তাৱক 
কিয় না কৰিলা ......
তথাপিও ৰৈ আছো তোমালৈ মনালিছা 
মোৰ মৰমৰ হিয়া  ।। 


শৰতৰ শেৱালী ফুলা ৰাতি 
তোমাৰ পদূলিত সুগন্ধি বিছাৰি 
খিৰিকীৰ মূখলৈ চাই জুমি 
ৰৈ থাকো তোমাৰ পদূলিৰ দুৱাৰদলিত  ।।

ফাগুনৰ বলিয়া বতাহ জাকে সিদিনা 
উৰুৱাই নিলে তোমাৰ আচল খনি 
গোলাপ ফুলৰ দৰে মুখনি 
লাজত গৈছিল মৰহি  ।।

Moridhal  কলেজৰ মৰম লগা ছোৱালী জনী 
আজিও ৰৈ আছো তোমাৰ বাবে 
 হাততে মৰহি যোৱা গোলাপৰ পাহী লৈ   ।।


দিপাংকৰ ডেকা 
দেওমৰনৈ, কপিলী সত্ৰ 
Powered by Blogger.