Header Ads

খাদ্য-সম্ভাৰ-বৈচিত্ৰ অসম-প্ৰথম বছৰ; দ্বিতীয় সংখ্যা; চেপ্তেম্বৰ, ২০১৮

খাৰ

 শুকান পূৰাকল বা কলগছৰ পৰা পৰিশ্ৰুত তথা খাৰুৱা ছাইসদৃশ সম্ভাৰ | ভিন্ন যেনে অমিতা খাৰ, পালেং খাৰ, বেঙেনা খাৰ আৰু মাটি মাহৰ খাৰ আদিৰ প্ৰস্তুতকৰণত খাৰ বহুলভাৱে ব্যৱহৃত হয় |

 

পঁইতাভাত

 

 গ্ৰীষ্মকালীন সময়ত অসমত জনপ্ৰিয় এবিধ জুতিলগা সম্ভাৰ | আগদিনাৰ ৰৈ যোৱা ভাতৰ লগত পানী, সৰিয়হৰ তেল, নিমখ আদি মিহলি কৰি জলকীয়া, পিয়াঁজ তথা বাঁহৰ গাজৰ লগত জুতি লগাই খোৱা এক খাদ্য সম্ভাৰ |

খাৰলি

 

 খাৰলি সৰিয়হৰ গুটি আৰু কলা-খাৰৰ দ্বাৰা প্ৰস্তুত কৰা হয় | ইয়াক সাধাৰণতে চাট্ নি হিচাপে আহাৰৰ লগত সেৱন কৰা দেখা যায় |

খৰিচা

 

 খৰিচা হৈছে বাহৰ গাজৰ পৰা প্ৰস্তুত কৰা এক খাদ্য যাক ধৰণৰ আঞ্জা আৰু চালাদ তৈয়াৰ কৰাত ব্যৱহাৰ কৰা হয় |

 

 

No comments

Powered by Blogger.