কুইজ-নৱেম্বৰ সংখ্যা
প্ৰশ্ন ১ : AYUSH বিভাগে AYUSH ৰ এটি "Information cell" গঠন কৰিছে। এই "information cell" টো কোনখন ৰাষ্ট্ৰত আছে?
প্ৰশ্ন ২ : শেহতীয়াকৈ কোনে চেন্নাইত উৰিষ্যা ভৱন উন্মোচন কৰে?
প্ৰশ্ন ৩ : ভাৰতে তিনিখন "MIG-21" Fighter Jet কোনখন দেশক উপহাৰ হিচাপে দিছে?
প্ৰশ্ন ৪ : মূলা গাভৰুৱে কাৰ বিপক্ষে যুঁজ দি শ্বহীদ হৈছিল?
প্ৰশ্ন ৫ : আহোমসকলৰ প্ৰথম ৰাজধানী কি আছিল?
প্ৰশ্ন ৬ : কোঁচ ৰাজ্যৰ মুদ্ৰাবোৰক কি নামেৰে জনা যায়?
প্ৰশ্ন ৭ : কাছাৰৰ প্ৰাচীন নাম কি আছিল?
প্ৰশ্ন ৮ : শেহতীয়া তথ্য অনুসৰি ভাৰতৰ ৰাষ্ট্ৰীয় খেল কি?
প্ৰশ্ন ৯ : ইণ্ডিয়ান অলিম্পিক এচ্ছছিয়েচন মতে২০২৬ চনত ইউথ অলিম্পিক কোন খন দেশে আয়োজন কৰিব?
প্ৰশ্ন ১০ : ফৰ্বছ ২০১৮ ৰ তথ্য অনুসৰি বৰ্তমান সৰ্বাধিক উপাৰ্জন কৰা খেলুৱৈ কোন?
যোৱা অক্টোবৰ সংখ্যাৰ ভাগ্যসালি ৩ জন ব্যক্তি হল ক্ৰমে -
১) বিলাস কলিতা - চাপৰমুখ
২) নন্দাদেৱী বৰকাকতি- ধূপধৰা
৩) অভি কুমাৰ গৌতম- পাণ্ডু
কুঁহিপাঠৰ সমূহ পৰিয়ালৰ তৰফৰ পৰা আপোনালোকক পুৰস্কৃত কৰা হব। সংগ্ৰহ কৰিবলৈ আমাৰ যোগাযোগ বিভাগত জৰিত হওক। ধন্যবাদ
মন্তব্য কৰক