Header Ads

বুকুত সপোন হাতত সেউজীয়া ❄ ৰূপম নাথ


                         




ন্ধতাৰ প্ৰাচীৰ
ভেদি
ওলাই আহিল
এটা সমদল

হাতে হাতে ফেষ্টুন

বুকুত সপোন
হাতত সেউজীয়া

বন্ধঘৰৰ খিৰিকী খুলি
দীঘলকৈ এটি উশাহ

ঘৰতকৈ ওখ মন
ঘৃণাতকৈ অধিক প্ৰেম

আৰু
আমি বাট চাই আছিলো
দুৱাৰ দলিত ঠিয় দি   


:ৰূপম নাথ
Powered by Blogger.