বিভিন্ন ক্ষেত্ৰত অসমৰ প্ৰথম
• ছপা পুথি - ধৰ্ম পুস্তক (১৮১৩), আত্মাৰাম শৰ্মা ।
• প্ৰথম ছনেট - 'প্ৰিয়তমাৰ চিঠি', হেমচন্দ্ৰ গোস্বামী ।
• প্ৰথম ব্যাকৰণ - গ্ৰামাৰ অৱ আছামিজ লেংগুৱেজ (১৮৩৯), উইলিয়াম ৰবিনছন ।
• প্ৰথম ছপা বুৰঞ্জী - 'আছাম বুৰনজি পুথি' (১৮৪৪) ।
• প্ৰথম ছপা উপন্যাস – লাহৰী (১৮৯২), পদ্মনাথ গোহাঁঞি বৰুৱা ।
• সাহিত্য অকাডেমী বটাঁপ্ৰাপ্ত প্ৰথম গ্ৰন্থ - বনফুল (১৯৫২) ।
• জ্ঞানপীঠ বটাঁপ্ৰাপ্ত গ্ৰন্থ - মৃত্যুঞ্জয় (১৯৭৯) ।
• সাহিত্যৰ বুৰঞ্জী - 'অসমীয়া সাহিত্যৰ বুৰঞ্জী' (১৯১২) ।
• শিশু উপন্যাস - পাতালপুৰী , হৰগোবিন্দ শৰ্মা ।
• সংবাদ পত্ৰ - অৰুনোদই (১৮৪৬)
• প্ৰথম দৈনিক বাতৰি - দৈনিক বাতৰি (১৯৩৫) ।
• ইংৰাজী দৈনিক - আছাম ট্ৰিবিউন (১৯৪৬) ।
• শিশু আলোচনী - ল'ৰা বন্ধু (১৮৮৮) ।
• মহিলা আলোচনী - ঘৰ জেউতি (১৯২৭) ।
• মিনি আলোচনী - বিন্দু (১৯৭০) ।
• কৃষি আলোচনী - আসাম কৃষক (১৯২১) ।
• সাদিনীয়া কাকত - নবযুগ (১৯৬৩) ।
• যাত্ৰাভিনয়ৰ নাট - জয়দ্ৰথ বধ (১৯০৯) ।
• অসমীয়া চলচ্চিত্ৰ - জয়মতী (১৯৩৫) ।
• অসমীয়া ৰঙীন ছবি - ভাইটি (১৯৭২) ।
• ৰাষ্ট্ৰীয় সন্মানপ্ৰাপ্ত ছবি - পিয়লি ফুকন ।
• শিশু চলচ্চিত্ৰ - অবুজ বেদনা (১৯৯৩) ।
• ৰেলগাড়ী চলে - ১৮৮৪ চনত ডিব্ৰুগড়ৰ পৰা মাকুমলৈ ।
• জাহাজ চলে - ১৮৪৮ চনত 'আসাম' আৰু 'নাগা' নামৰ দুখন জাহাজ কলিকতা আৰু ডিব্ৰুগড়ৰ মাজত চলে ।
• দূৰদৰ্শনৰ প্ৰচলন - ১৯৮২ চনৰ ১৯ নৱেম্বৰত ।
• আকাশবাণী কেন্দ্ৰ - ১৯৪৮ চনত ।
• টেলিগ্ৰাফ প্ৰৱৰ্তন - ১৮৬৬ চনত ।
• কলেজ স্থাপন - ১৯০১ চনত কটন কলেজ ।
• তেলৰ পুং আৱিষ্কাৰ - ১৮৯০ চনত ডিগবৈৰ ওচৰৰ বৰবিলত ।
• ছোৱালী হাইস্কুল - ডিব্ৰুগড় ছোৱালী হাইস্কুল (১৮৮৫) ।
• উচ্চ ন্যায়ালয় - গুৱাহাটী উচ্চ ন্যায়ালয় (১৯৪৮) ।
• লুইতৰ ওপৰত দলঙ - শৰাইঘাট দলং (১৯৬২) ।
• বিশ্ববিদ্যালয় - গুৱাহাটী বিশ্ববিদ্যালয় (১৯৪৮) ।
• চিকিৎসা মহাবিদ্যালয় - অসম চিকিৎসা মহাবিদ্যালয় (১৯৪৭) ।
• ছপাশাল - মিছন প্ৰেছ , শিৱসাগৰ ।
• লোকআদালত বহে - হাজো ।
[সংগ্রাহক - দেবব্ৰত]
মন্তব্য কৰক