Header Ads

খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষণাবেক্ষণ বনাম নাগৰিকত্ব সংশোধনী বিধেয়ক ⦿ কুঁহিপাঠ জানুৱাৰী সংখ্যা ; ২০১৯ ⦿ স্ৰষ্টা ☞ দেৱজিৎ ব্ৰহ্ম

January 21, 2019
বেটুপাত স্ৰষ্টা  ☞  দেৱজিৎ ব্ৰহ্ম ব্যৱস্থাপনা  ☞  সুৰজিৎ বৰ্মন সম্পূৰ্ণকৈ পঢ়ক

কুঁহিপাঠ ✍ সম্পাদকীয় - বিপন্ন সময় - বিপন্ন সংস্কৃতি

January 21, 2019
জ য় জয়তে সমূহ অসমবাসীলৈ ভোগালীৰ ওলগ জনালোঁ। স্বাভাৱিকতে এইবাৰৰ বিহুটিত ম্লান  পৰিছে   আনন্দ - উল্লাহৰ । কিন্তু মেজি ভেলাঘৰৰ জুইৰ...সম্পূৰ্ণকৈ পঢ়ক

লোক- সংস্কৃতিৰ জাতীয় নায়ক তথা সম্পূৰ্ণ অসমীয়া শ্ৰীমদ্ভাগৱতৰ সংকলক ড° নবীন চন্দ্ৰ শৰ্মাৰ সৈতে পাৰ কৰা কিছু স্মৰণীয় মূহুৰ্ত

January 21, 2019
■  " অসমীয়া বৌদ্ধিক সমাজৰ দৃষ্টিত 'ড° নবীন চন্দ্ৰ শৰ্মা আৰু লোক-সংস্কৃতি একেটা মুদ্ৰাৰে ইপিঠি-সিপিঠি'। " - এই সন্দ...সম্পূৰ্ণকৈ পঢ়ক

প্ৰকৃতাৰ্থত কি আছিল ইয়াণ্ডাবু সন্ধি ? ইয়াৰ পৰবৰ্তী কাল লগতে অসমীয়া ভাষা সাহিত্য উত্থানত খ্ৰীষ্টান মিছনেৰী আৰু অৰুনোদই কাকতৰ ভূমিকা

January 21, 2019
আ জিৰ পৰা প্ৰায় ১৯৩ বছৰ আগত অৰ্থাৎ  ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰিত ব্ৰিটিছ আৰু মান ৰজাৰ মাজত স্বাক্ষৰিত হৈছিল ঐতিহাসিক ইয়াণ্ডাবু সন্ধি নামৰ...সম্পূৰ্ণকৈ পঢ়ক

শালগ্রাম, তুলসী আৰু শঙ্খৰ জন্ম ৰহস্য ✍ কৰবী মহন্ত কলিতা

January 21, 2019
পৃথিৱীত যেতিয়া ধৰ্মৰ গ্লানি আৰু অধৰ্মৰ আগমন ঘটে, দুষ্টক দমন আৰু শান্তক পালন কৰিবলৈ ভগৱানে অৱতাৰ গ্ৰহণ কৰে৷ স্বর্গ, মর্ত্য, পাতাল; এ...সম্পূৰ্ণকৈ পঢ়ক

মাঘ বিহুৰ মেজিৰ তাৎপৰ্য্য - কৰবী মহন্ত কলিতা

January 21, 2019
শাওনৰ সেউজীয়া পথাৰখন আঘোণত সোণালী হৈ পৰে।  প্ৰস্তুতি আৰম্ভ হয় লখিমী আদৰাৰ। ওচৰ চাপি আহে মাঘ বিহু। আৰম্ভ হয় মেজি সজাৰ  প্ৰতিযোগিতাৰ।...সম্পূৰ্ণকৈ পঢ়ক

দ্য গডফাডাৰ ☠ সৰ্বকালৰ এখন অন্যতম শ্ৰেষ্ঠ ছবি ☠ দেৱ প্ৰতীম হাজৰিকা

January 21, 2019
অ পৰাধকেন্দ্ৰীক পৰিয়ালত জন্ম হৈ অপৰাধজনিত কাম-কাজৰ পৰা নিজকে আঁতৰাই, সেই বিলাকৰ এক নিৰাপদ দুৰত্বত অৱস্থান কৰি সম্পূৰ্ণ এটা বেলেগ জীৱন ...সম্পূৰ্ণকৈ পঢ়ক

আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পাঞ্জা খেলুৱৈ তথা সংগ্ৰামী জীৱনৰ জ্বলন্ত উদাহৰণ জোনালী শইকীয়া

January 21, 2019
 শ ক্তিৰে জিনিছিল হাজাৰ জনৰ মন। কিন্তু জীৱন যাত্ৰা জানো সৰল, বাস্তৱ ৰ কৰাল গ্ৰাস ত তেওঁৰ গতিপথ আবদ্ধ হৈ পৰিছিল এক বৃত্তৰ পৰিধিৰ মাজত।...সম্পূৰ্ণকৈ পঢ়ক

ভটা গুটি, শেন মেলা, কণী যুঁজকে আদি কৰি প্ৰচলিত অসমৰ পৰম্পৰাগত খেল ধেমালি সমূহ

January 21, 2019
বুলবুলি চৰাই যুঁজ: কথিত কাহিনী অনুসৰি মাঘ মাহৰ প্ৰথম দিনা এগৰাকী নৃপতিয়ে হয়গ্ৰীৱ মাধৱ মন্দিৰ দৰ্শন কৰিবলৈ আহি তাত দুটা বুলবুল...সম্পূৰ্ণকৈ পঢ়ক
Powered by Blogger.