সেন্দূৰৰ নিস্তেজ ৰং ⥈ খণ্ড (২) - ত্ৰিবেণী বৰা
ভ ৰতে গৰুহাল আনি গোহালিত বান্ধি ,তুঁহ গুড়ি ,দানা পানীত মিলাই গৰুহালক খাবলৈ দি ,ভিতৰ সোমাই মাকক চিঞৰি কয় .....মাই চাহ একাপ দে....সম্পূৰ্ণকৈ পঢ়ক
একবিংশ শতিকাৰ যান্ত্ৰিকতাপূৰ্ণ সমাজ তথা চেমিষ্টাৰৰ কেঁকোৰা চেপাৰ মাজতে কেৱল আৱদ্ধ নাথাকি তৰুণ-তৰুণী সকল আৰু অভিজ্ঞতাৰে সমৃদ্ধ প্ৰবীন সকলৰ আশিস শিৰত লৈ সপোন তথা জ্ঞানৰ এই অন্বেষণক বাস্তৱত ৰূপ দিয়়া মানসেৰে আমাৰ প্ৰথম প্ৰয়াস কুঁহিপাঠ-এক অসমীয়া ইউনিকোড আধাৰিত অনলাইন আলোচনী |