সপোন - প্ৰবীন শৰ্মা
আ কাশত তেতিয়াও মেঘ আছিল; বেলিটোলৈ চাই সময়ৰ অনুমান কৰাটো অসম্ভৱ। মথাউৰিৰ ওপৰৰ আহঁতজোপাৰ তলত বহি আছে যতীন; দৃষ্টি তাৰ দিগন্তত। কিছু নিলগ...সম্পূৰ্ণকৈ পঢ়ক
একবিংশ শতিকাৰ যান্ত্ৰিকতাপূৰ্ণ সমাজ তথা চেমিষ্টাৰৰ কেঁকোৰা চেপাৰ মাজতে কেৱল আৱদ্ধ নাথাকি তৰুণ-তৰুণী সকল আৰু অভিজ্ঞতাৰে সমৃদ্ধ প্ৰবীন সকলৰ আশিস শিৰত লৈ সপোন তথা জ্ঞানৰ এই অন্বেষণক বাস্তৱত ৰূপ দিয়়া মানসেৰে আমাৰ প্ৰথম প্ৰয়াস কুঁহিপাঠ-এক অসমীয়া ইউনিকোড আধাৰিত অনলাইন আলোচনী |