নৱবৰ্ষ আৰু ৰঙালীক আদৰি ⦿ কুঁহিপাঠ; বহাগ বিশেষ সংখ্যা ; এপ্ৰিল ২০১৯ ⦿ স্ৰষ্টা ☞ দেৱজিৎ ব্ৰহ্ম
"ব'হাগ মাথো এটি ঋতু নহয় নহয় ব'হাগ এটি মাহ অসমীয়া জাতিৰ ই আয়ুসৰেখা জনজীৱনৰ ইতিহাস ।" ...সম্পূৰ্ণকৈ পঢ়ক
একবিংশ শতিকাৰ যান্ত্ৰিকতাপূৰ্ণ সমাজ তথা চেমিষ্টাৰৰ কেঁকোৰা চেপাৰ মাজতে কেৱল আৱদ্ধ নাথাকি তৰুণ-তৰুণী সকল আৰু অভিজ্ঞতাৰে সমৃদ্ধ প্ৰবীন সকলৰ আশিস শিৰত লৈ সপোন তথা জ্ঞানৰ এই অন্বেষণক বাস্তৱত ৰূপ দিয়়া মানসেৰে আমাৰ প্ৰথম প্ৰয়াস কুঁহিপাঠ-এক অসমীয়া ইউনিকোড আধাৰিত অনলাইন আলোচনী |