কেতিয়াবা !-চেপ্তেম্বৰ, ২০১৮
✒ অচিন বন্ধু কেতিয়াবা বুতলিছা তলসৰা শেৱালিৰ ফুলবোৰ ! কেতিয়াবা উভতিছা অতীতৰ শূণ্য পৃষ্ঠাবোৰৰ মাজত ! কেতিয়াবা উচুপিছা শীত...সম্পূৰ্ণকৈ পঢ়ক
একবিংশ শতিকাৰ যান্ত্ৰিকতাপূৰ্ণ সমাজ তথা চেমিষ্টাৰৰ কেঁকোৰা চেপাৰ মাজতে কেৱল আৱদ্ধ নাথাকি তৰুণ-তৰুণী সকল আৰু অভিজ্ঞতাৰে সমৃদ্ধ প্ৰবীন সকলৰ আশিস শিৰত লৈ সপোন তথা জ্ঞানৰ এই অন্বেষণক বাস্তৱত ৰূপ দিয়়া মানসেৰে আমাৰ প্ৰথম প্ৰয়াস কুঁহিপাঠ-এক অসমীয়া ইউনিকোড আধাৰিত অনলাইন আলোচনী |