আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ৰ পাঞ্জা খেলুৱৈ তথা সংগ্ৰামী জীৱনৰ জ্বলন্ত উদাহৰণ জোনালী শইকীয়া
শ ক্তিৰে জিনিছিল হাজাৰ জনৰ মন। কিন্তু জীৱন যাত্ৰা জানো সৰল, বাস্তৱ ৰ কৰাল গ্ৰাস ত তেওঁৰ গতিপথ আবদ্ধ হৈ পৰিছিল এক বৃত্তৰ পৰিধিৰ মাজত।...সম্পূৰ্ণকৈ পঢ়ক
একবিংশ শতিকাৰ যান্ত্ৰিকতাপূৰ্ণ সমাজ তথা চেমিষ্টাৰৰ কেঁকোৰা চেপাৰ মাজতে কেৱল আৱদ্ধ নাথাকি তৰুণ-তৰুণী সকল আৰু অভিজ্ঞতাৰে সমৃদ্ধ প্ৰবীন সকলৰ আশিস শিৰত লৈ সপোন তথা জ্ঞানৰ এই অন্বেষণক বাস্তৱত ৰূপ দিয়়া মানসেৰে আমাৰ প্ৰথম প্ৰয়াস কুঁহিপাঠ-এক অসমীয়া ইউনিকোড আধাৰিত অনলাইন আলোচনী |