অভদ্রামীৰ শিকনি - অনিল চন্দ্ৰ বনিয়া
পু ৰনি চাইকেল খনৰ আগচকাটোত কিছু বায়ু কম আছিল। তথাপিও অজয় পবীৰ যাত্ৰা।উপায় নাই বৰ ইমাৰজেনচি,,,।মাক হয়তু হস্পিতালত যন্ত্রনাত চটফটাই আছে।...সম্পূৰ্ণকৈ পঢ়ক
একবিংশ শতিকাৰ যান্ত্ৰিকতাপূৰ্ণ সমাজ তথা চেমিষ্টাৰৰ কেঁকোৰা চেপাৰ মাজতে কেৱল আৱদ্ধ নাথাকি তৰুণ-তৰুণী সকল আৰু অভিজ্ঞতাৰে সমৃদ্ধ প্ৰবীন সকলৰ আশিস শিৰত লৈ সপোন তথা জ্ঞানৰ এই অন্বেষণক বাস্তৱত ৰূপ দিয়়া মানসেৰে আমাৰ প্ৰথম প্ৰয়াস কুঁহিপাঠ-এক অসমীয়া ইউনিকোড আধাৰিত অনলাইন আলোচনী |