তুমি বৰষুণ হৈ নামি আহা যদি - মৌচুমী হুজুৰী দাস
ম ই নদী হ'লে তুমি সাগৰ মই ডাৱৰ হ'লে তুমি গগণ যাৰ বুকুত মেঘমল্লিকাৰ ছাঁ পৰি জীপাল হয় সেউজী ধৰণী। এপিয়লা স্নেহৰ মদিৰা...সম্পূৰ্ণকৈ পঢ়ক
একবিংশ শতিকাৰ যান্ত্ৰিকতাপূৰ্ণ সমাজ তথা চেমিষ্টাৰৰ কেঁকোৰা চেপাৰ মাজতে কেৱল আৱদ্ধ নাথাকি তৰুণ-তৰুণী সকল আৰু অভিজ্ঞতাৰে সমৃদ্ধ প্ৰবীন সকলৰ আশিস শিৰত লৈ সপোন তথা জ্ঞানৰ এই অন্বেষণক বাস্তৱত ৰূপ দিয়়া মানসেৰে আমাৰ প্ৰথম প্ৰয়াস কুঁহিপাঠ-এক অসমীয়া ইউনিকোড আধাৰিত অনলাইন আলোচনী |